22 April, 2024
ৰাজনীতি বিজ্ঞান বুলিলে কি বুজা

ৰাজনীতি বিজ্ঞান কি?

ৰাজনীতি বিজ্ঞান কি?

ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰে এটা অংশ, ব্যক্তি আৰু সমাজ ব্যৱস্থাৰ বিষয়ে অধ্যয়ন আৰু বিশ্লেষণ কৰাই হ’ল সমাজবিজ্ঞানৰ মূল লক্ষ্য। ৰাজনীতি বিজ্ঞানেও ৰাষ্ট্ৰ, চৰকাৰ ব্যৱস্থা, ৰাষ্ট্ৰ তথা চৰকাৰৰ কাৰ্যাৱলী, ৰাষ্ট্ৰৰ সমস্যা, ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্ক আদিৰ বিষয়ে বিশ্লেষণ দাঙি ধৰে।

2 thoughts on “ৰাজনীতি বিজ্ঞান কি?

Leave a Reply

Your email address will not be published. Required fields are marked *