Q: অসমৰ শিক্ষা মন্ত্ৰী কোন ?
Ans: বৰ্তমান অসমৰ শিক্ষা মন্ত্ৰী হৈছে ডাঃ ৰণোজ পেগু ডাঙ্গৰীয়া, ২০২১ চনৰ ১০ মে’ত ডাঃ ৰণোজ পেগুৱে অসমৰ শিক্ষা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
১৯৭৮ চনত যোৰহাটৰ শংকৰদেৱ চেমিনাৰী স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰা ৰানোজ পেগুৱে তাৰ পিছত উত্তৰ লখিমপুৰ কলেজৰ পৰা প্ৰি ইউনিভাৰ্চিটি উত্তীৰ্ণ হয়। ১৯৮৭ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰে।

| তেওঁৰ সম্পূৰ্ণ নাম | ডাঃ ৰণোজ পেগু |
| ranojpegu@gmail.com | |
| মোবাইল নং | ৯৯৫৪৭ ০৩৮২৫ |
| পত্নীৰ নাম | মামনি পাৰ্মেই |
| ৰাজনৈতিক প্ৰৱণতা | BJP[ভাৰতীয় জনতা পাৰ্টি] |
2 thoughts on “বৰ্তমান অসমৰ শিক্ষা মন্ত্ৰী কোন ?”