অসমীয়া প্ৰাৰ্থনা : মুক্তিত নিস্পৃহ যিটো

মুক্তিত নিস্পৃহ যিটো

অসমীয়া প্ৰাৰ্থনা : মুক্তিত নিস্পৃহ যিটো

মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি॥

যাৰ ৰাম কৃষ্ণ নাম, নাৱে ভৱ সিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰাহো হৃদয়ত॥

মত্‍স্য কূৰ্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ-কল্কী নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম॥

অসমীয়া প্ৰাৰ্থনা : মুক্তিত নিস্পৃহ যিটো

অসমীয়া প্ৰাৰ্থনা

হাতে হাত ধৰি

ব্ৰহ্মা আদি কৰি

তুমি চিত্ত বৃত্তি মোৰ

মই দুৰাচাৰ কেৱল তোমাৰ

7 thoughts on “অসমীয়া প্ৰাৰ্থনা : মুক্তিত নিস্পৃহ যিটো”

  1. Howdy! I could have sworn I’ve visited this website before but after looking at
    a few of the posts I realized it’s new to me. Nonetheless, I’m certainly delighted
    I came across it and I’ll be book-marking it and checking back regularly!

    Reply

Leave a comment