Q: বৰ্তমান অসমৰ গৃহ মন্ত্ৰী কোন?
Ans: বৰ্তমান অসমৰ গৃহ মন্ত্ৰী হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙ্গৰীয়া, তেখেত মূখ্যমন্ত্ৰী হোৱাৰ লগতে অসমৰ গৃহ বিভাগ, পাৰ্ছনেল, লোক নিৰ্মাণ আৰু অন্যান্য যি বোৰ বিভাগৰ দায়িত্ব বিতৰণ কৰা হোৱা নাই সকলোৰেই দায়িত্বত আছে…

Table of Contents
হিমন্ত বিশ্ব শৰ্মা কিমান তম মুখ্যমন্ত্ৰী?
হিমন্ত বিশ্ব শৰ্মা অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী, ২০২১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়।
আসামের বর্তমান মুখ্যমন্ত্রীর নাম কি?
আসামের বর্তমান মুখ্যমন্ত্রীর নাম হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা
হিমন্ত বিশ্ব শৰ্মাৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰি ?
CM Block, Janata Bhawan (Assam Secretariat), Dispur, Assam 781006.
+91-361-2262222/ 2237043 /2262069.
cm@assam.gov.in.
cm.assam.gov.in.
Follow on Social Media.
হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নাম কি?
হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নাম হৈছে ৰিণিকি ভূঞা শৰ্মা,
হিমন্ত বিশ্ব শৰ্মাৰ জীয়েকৰ নাম কি?
হিমন্ত বিশ্ব শৰ্মাৰ জীয়েকৰ নাম সুকন্য শৰ্মা,
বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন ?
বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙ্গৰীয়া,
2 thoughts on “বৰ্তমান অসমৰ গৃহ মন্ত্ৰী কোন?”